An IIPM Initiative
বৃহস্পতিবাৰ, অক্তোবৰ 2, 2014
আগৰতলা অভিমুখী যাত্রীবাহী বাছ দুর্ঘটনাত পতিত, 31 জন যাত্রী নিহত  |   অৰবিন্দ ৰাজখোৱা আলফাৰ পৰা বহিষ্কৃত  |   তিতাবৰত হাত-ভৰি বন্ধা অৱস্থাত দুই মহিলাৰ মৃতদেহ উদ্ধাৰ  |   যুদ্ধবিৰতি প্রত্যাহাৰ ৰঞ্জনপন্থী এন ডি এফ বিৰ  |   চৰকাৰী ঔষধ খাই শৰণার্থীৰ মৃত্যু  |   স্বাধীনতা দিৱস বর্জন কৰিব ২৬ হাজাৰ জোৱানে  |   মেঘালয়ত অসমৰ ব্যৱসায়ীক হত্যা  |   টেট উত্তীর্ণৰ দ্বিতীয় চূড়ান্ত তালিকাত ত্রুটিঃ- সর্বশিক্ষাৰ কার্যালয়ত প্রার্থীৰ প্রতিবাদ  |  

বৈষম্য বাহাল আছে

অনুসূচিত জাতিৰ বিষয়াসকলৰ পদোন্নতি সম্পর্কীয় বিষয়টো কিছুদিন পূর্বে সংসদত আলোচনা কৰি থাকোতে লোকসভা সচিবালয়ে এই সংক্রান্তীয় এক ভুলৰ বাবে ৰাষ্ট্রীয় অনুসূচিত জাতি আয়োগৰ ৰোষত পৰিবলগীয়া হৈছে

বিতংকৈ

নাগৰিকত্বহীন জীৱন

ধর্মই তেওঁলোকৰ বাবে কাল হৈছে৷ ধর্মৰ বাবেই তেওঁলোকে ৰাষ্ট্রই প্রদান কৰা সুবিধা আৰু অধিকাৰৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ ধর্ষণ, অপহৰণ, ধনদাবী আৰু ধর্মান্তৰৰ বাবে জোৰ-জুলুম কৰা আদিৰ বাবে পাকিস্তানী হিন্দুসকলে ধর্মনিৰপেক্ষ ভাৰতত আশ্রয় গ্রহণ কৰিবলগা হৈছে৷ এই হিন্দুপ্রধান ভাৰততে আকৌ এনে লোকসকলে বিভিন্নধৰণৰ কষ্ট ভোগ কৰি এক অবর্ণনীয় জীৱন নির্বাহ কৰিব লগা হৈছে

সাঁচিপতীয়া ডাক

জেক লণ্ডনে লেখক হ’ব বিচৰা এজন নতুন লেখকলৈ লিখা চিঠি

১৯০৫ চনৰ ফেব্রুৱাৰী মাহত প্রখ্যাত লেখক জেক লণ্ডনে লেখক হ’ব বিচৰা এজন নতুন লেখকক উদ্দেশ্যি নিম্নোক্ত চিঠিখন লিখিছিল৷ জেক লণ্ডন প্রধানকৈ বিখ্যাত আছিল তেওঁৰ হোৱাইট ফেং আৰু কল অৱ দ্য ৱাইল্ড শীর্ষক বহুপঠিত গ্রন্থ দুখনৰ বাবে৷ দৰাচলতে বহুদিন ধৰি লণ্ডনে তেওঁৰ গুণমুগ্ধসকলক উদ্দেশ্যি নির্দিষ্ট কৰি থোৱা এখন পত্রকে প্রেৰণ কৰি আহিছিল যদিও, কেইবছৰমানৰ পাচত তেওঁৰ সহমর্মী লোকসকলক আৰু বেছি ভালকৈ বুজাৰ প্রচেষ্টা স্বৰূপেই তেওঁলৈ পঠোৱা পাণ্ডুলিপিসমূহ যিমান পাৰি পঢ়ি তাৰ প্রত্যুত্তৰ দিবলৈ লৈছিল

 

আৱেগ, যুক্তি নে তথ্য?

ঊনাশীৰ অসম আন্দোলনৰ পুনৰাবৃত্তি ঘটিব নেকি 2012 চনত? এতিয়া প্রতিজন অসমীয়াৰ মুখে মুখে মাথো এটাই কথা পুনৰ একে আৱেগৰ বশৱর্তী হৈ অসমবাসীয়ে বিদেশী অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে এক জাগৰণৰ সৃষ্টি কৰিব নেকি? আমাৰ মাজৰে বহুতেই অসম আন্দোলনটোক সম্পূর্ণভাৱে এক আৱেগিক গণ জাগৰণ বুলি ক’ব খোজে যদিও বহুতেই আকৌ ইয়াক আৱেগ আৰু যুক্তিৰ আধাৰত পৰিচালিত এক আন্দোলন বুলিহে আখ্যা দিব বিচাৰিছে
1 | 2 | 3 | 4 | 5
 

ব্লগ

৮০তো ১৮! যশ চোপ্রা, এক জীৱন্ত সাঁথৰ!

1984 চনত মোৰ বয়স আছিল মাত্র 13 বছৰ আৰু সেই সময়ত মোৰ যশ চোপ্রাৰ বিষয়ে জনাৰ বয়স হোৱা নাছিল৷ সেই সময়লৈকে মই মাত্র তিনিখন চিনেমা চাইছিলো আৰু সেইকেইখন হ’লÐ দ্য চাউণ্ড অব৲ মিউজিক, মাই ফেয়াৰ লেডী আৰু শ্বোলে (মোৰ ভাতৃ, ভগ্নী আৰু মোক প্রতি দেওবাৰে প্রথম দুখন চিনেমা চোৱাৰ অনুমতি দিয়া হৈছিল আৰু দেউতাৰ মুড ভালে থাকিলে কেতিয়াবা তৃতীয়খন!) - অবিশ্বাস্যভাৱে ইয়াৰ পাচত আমাক চাবলৈ অনুমতি দিয়া দ্বিতীয়খন হিন্দী চিনেমা আছিল মশ্বাল
Arindam Chaudhuri

নতুন প্ৰজন্মৰ ৰাজনীতি

দেশৰ ৰাজৈনতিক দলবোৰে সততে নতুন প্ৰজন্মক ৰাজনীতিৰ লগত যুক্ত হ’বলৈ আহ্ৱান জনোৱা দেখা যায়, কিন্তু প্ৰতিভাৱান যুৱ প্ৰজন্মক প্ৰকৃততে ৰাজনীতিলৈ অহাটো তেওঁলোকে নিবিচাৰে।
Rajen Sharma

বিশ্বাস আৰু সংশয়ৰ দোমোজাত টীম আন্না

মই ভাৱো টীম আন্নাই ৰাজনৈতিক ক্ষেত্রত প্রৱেশ কৰাৰ সিদ্ধান্তৰ বিষয়ে পণ্ডিতসকলে তথা নতুন যুগৰ সংবাদ মাধ্যমৰ মাফিয়াসকলে ইতিমধ্যে যথেষ্ট লিখিছে৷ গৰিষ্ঠসংখ্যক কংগ্রেছ নেতাই টীম আন্নাৰ এই নতুন সিদ্ধান্তটোত মজা পাই হাঁহিছে য’ত সমালোচকসকলে এক তৃপ্তি লাভ কৰি বুকু চপৰিয়াই কৈ উঠিছে ‘‘মইতো আগতে কৈছিলোৱেই৷’’
Sutanu Guru
 

ভিডিঅ’

য়েদুৰপ্পাৰ আশা পুণঃ পাব চি.এমৰ পদবী
ৱেব আছুতীয়া

“গণতান্ত্রিক দেশত একোটা সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰোৱাৰ বাবে আন্দোলনেই একমাত্র উপায়”

অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে শেহতীয়া আন্দোলন আৰু ইয়াৰ অতীত ইতিহাস সন্দর্ভত অসমৰ প্রাক্তন মুখ্যমন্ত্রী তথা অসম গণ পৰিষদৰ সভাপতি প্রফুল্ল কুমাৰ মহন্তৰ মতামত

 প্রকাশন সংখ্যা: ছেপ্টেম্বৰ 30, 2012

দ্য চানডে ইণ্ডিয়ানৰ প্ৰশংসা ক‌ৰি

"ৰাষ্ট্রীয় পয়্যার্য়ৰ সংবাদ মাধ্যমসমূহে সদায়ে অসমক অৱহেলাৰ দৃষ্টিৰে চাই আহিছে৷ এই ক্ষেত্রত দ্য চান৲ডে ইণ্ডিয়ানৰ ভূমিকা সঁচাই প্রশংসনীয়৷ অসম তথা উত্তৰ-পূবৰ বিভিন্ন প্রান্তৰ সমস্যাসমূহ এই আলোচনীখনে প্রকাশ কৰি ৰাষ্ট্রীয় পয়্যার্য়ত তুলি ধৰাৰ বাবে চানডে ইণ্ডিয়ান কর্তৃপক্ষক ধন্যবাদ জনাইছো৷"

ড0 সমুজ্জ্বল ভট্টাচার্য, উপদেষ্টা,সদৌ অসম ছাত্র সন্থা

জনমত সমীক্ষা
বৃহত্‍ নদীবান্ধে অসমৰ জনসাধাৰণক বিশেষ উপকৃত নকৰে?
দিনটোৰ উক্তি

"‘‘চৰকাৰৰ আনকি আজিও দুৰ্নীতি নিৰ্মূল কৰাৰ মানসিকতা নাই।’’"


, আন্না হাজাৰে, সমাজকৰ্মী
দৃষ্টিনন্দন ছবি

দিল্লীত বৰষুণ

দিল্লীত বৰষুণ

দিল্লীত বৰষুণ

দিল্লীত বৰষুণ

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ

অসম ‌বিধানসভাৰ মহাৰজত জয়ন্তীত প্ৰধান

ভোগালী বিহুৰ ৰং ধেমালি

ভোগালী বিহুৰ পিঠা পনা

গণতন্ত্ৰ দিবসত ৰাষ্ট্ৰপতি আৰু বিশিষ্

গণতন্ত্ৰ দিবসত ভাৰতীয় সেনাৰ প্ৰদৰ্শন

গণতন্ত্ৰ দিবসৰ পেৰেড

ৰাইজে জ্বলাই দিয়া ট্ৰেফিক পইন্টৰ জুই

পথ দুৰ্ঘটনাত এজন যুবক নিহত হোৱাৰ পাচত

ভোগালী বিহুৰ ৰং ধেমালি

ভোগালী বিহুৰ পিঠা পনা

অন্তিম শয়নত মামনি ৰয়চম

পবিতৰা মহোত্‍সবৰ শোভাযাত্ৰাৰ দৃশ্য