An IIPM Initiative
বুধবাৰ, জুলাই 23, 2014
 
 

ডিমৰুৰ পাত

 

Issue Dated: জুন 12, 2011
 

বিশ্বখন জুৰুলা হৈ পৰিছে৷ সেয়ে সন্ত্রাসবাদীসকল জহান্নামে যাওক আৰু শিশুসকলে যেতিয়া সিঁহতৰ পাল পৰাৰ বাবে অপেক্ষা কৰিছে তেতিয়া উগাৰ মাৰিছে, আমি এই সপ্তাহত কেনেকৈ অন্য কথা আলোচনা কৰো৷ আপুনি চাৰিওফালে চাওক, তাত কোনোবাই তেওঁৰ আঠুৰ চাৰিওফালে ট্রাউজাৰটো লৈ লেঙেৰিয়াই লেঙেৰিয়াই বিশ্বই শুনা জাজ আৰু জিৰী জুৰিৰ সোৱাদ লৈছে৷

 

এই সপ্তাহৰ প্রতিযোগিতাত ডিমৰুৰ পাতৰ পিছে পিছে কঠিনতম দৌৰত চেম্পেইন চছিলেয়েষ্ট ডমিনিক ষ্ট্রছ কান আৰু মেন-ইউ চুপাৰষ্টাৰ  ৰিয়ান পছ-আই - চেইড ইটআনন্দত মতলীয়া হৈ পৰিছে আৰু তুর্কীৰ সংসদৰ পৰা হাত বন্ধা অৱস্থাত হিকী জাৰত এক গোট পুৰণি লৰা কঢ়িয়াই আনিছে৷ এই আপেলবোৰ, সুমথিৰাবোৰ আৰু নাচপতিবোৰক ইটোৰ সৈতে সিটোৰ তুলনা কৰাটো একেবাৰে যুত্তিুসংগত নহয় যাৰ বাবে কোনে কব কোনটো লালসা আৰু কোনটো প্রেম, যদিও এইটো অবৈধ হব পাৰে, আৰু যিটো একেবাৰে বিকৃত৷ কিন্তু মই পাপ কৰিছো, যেনেদৰে আপুনি কৰিছে, আৰু আপুনি আৰু আপুনি আৰু সেইদৰে প্রথম শিলটো কাটি উলিওৱা মইয়েই প্রথম নহয়৷ ষ্ট্রছ কানে চপ্ত বছৰ জেইল খোৱাৰ বাবে যোগ্য আৰু মধ্যযুগীয় ন্যায়ৰ দ্বাৰা (যদি আপুনি মোৰ ইংগিত ধৰিব পাৰিছে) কঠোৰ শাস্তি বিহক তেওঁক, তেওঁক দুযোর্গৰ পৰা মুত্তিু দিয়ক৷ যদি তেওঁ যৌনতাৰ আবেদনৰ বশৱর্তী হোৱা পৰিস্থিতিৰ বলি হৈছে তেন্তে তেওঁক ওলাই আহিবলৈ দিয়ক আৰু যদি নির্দষী পোৱা যায় বিশ্বক ক্ষমা খুজিবলৈ দিয়ক৷

 

তুর্কীসকলে যাৰ বাবে ব্যয় কৰিছে তাতকৈ অধিক লাভ কৰিছে৷ আপুনি যদি মোক সোধে আৰু মতলীয়া তথা উৎফুল্লিত হোৱাৰ কাৰণ জানিব বিচাৰে, ই প্রকৃততে এক ব্যত্তিুগত বিষয় আৰু আমি প্রকৃততে তেওঁলোকলৈ আঙুলি টোওৱাৰ কোনো অধিকাৰ নাই৷ আমি নাজানো তেওঁলোকৰ বিবাহিত জীৱনে কি ভাল পায়৷ আমি নাজানো তেওঁলোক সুখী বা পৰিপূর্ণ আছিলনে নাই৷ আমি নাজানো তাত বিবাহৰ আৰু বিবাহৰ বাহিৰত প্রেম আছিল নে নাই৷ কিন্তু হয়, আমি যিটো জানিব পাৰো যে তাত প্রত্যাখ্যান আছিল, আৰু তাত মিছাৰ জাল আছিল, আৰু এইটোৱে, আৰু একমাত্র এইটোৱে বিচেছদৰ যোগ্যতা নিৰূপন কৰে, আপুনি বা মই নহয় কিন্তু সেই আক্রান্তবোৰৰ  দ্বাৰা, সেই মিথ্যাবোৰৰ দ্বাৰা আৰু সেই প্রত্যাখ্যানৰ দ্বাৰা৷

 

কিন্তু জনসাধাৰণক কিহে অনুপ্রাণিত কৰে, সাধাৰণতে বিবাহিত সুখী লোক, ধুনীয়া আৰু কম ধুনীয়া নোহোৱা লোক, সফল লোক আৰু সাধাৰণ লোক, মাতৃ, পিতৃ, নেতা আৰু শিক্ষক, সন্তুষ্ট মন আসত্তিুৰে কৰা কার্য যিটো যৌনতাৰে আৰম্ভ হয় আৰু পৰিসমাপ্তিটো হয় কিছু পৰিমানৰ নিকৃষ্ট একোটা টেপত (ভিডিঅ’, অডিঅনাইবা যদি আপুনি প্রকৃততে ভ্যগ্যহীন, হালধীয়া অপৰাধ দৃশ্য সন্নিৱিষ্ট টেপ)৷ এইটো অতিক্রম কৰাৰ আনন্দ নে বা এইটো মুহূর্তৰ গৰম’? এইটো ক্ষমতাৰ ভাৱ নে ক্ষমতা হেৰুওৱাৰ ভয়? এইটো পুৰণি প্রেম নে নতুন লালসা?  প্রলোভন কি এক পাহৰি যোৱা ফল, নে এক ফলহীন বিবাহৰ বীজ? হয়, এই বিষয়টোৰ সত্যতাটো কোনে কৈছে তাৰ ওপৰত নির্ভৰ কৰিছে৷ গৱেষণাই দেখুৱাইছে যে কোনোৱে যেনেধৰণে আগবাঢ়ে,  যিটোৰ মানে আপুনিও নহয়, মইও নহয়, নাইবা আমাৰ ককা-আইতা বা আমাৰ নাতি-পুতি, সোনকালেই বা ইতিমধ্যেই, এটা বা দুটা ব্যভিচাৰী চিন্তাৰ দ্বাৰা আক্রান্ত থাকে৷

 

আমি বহুগামী প্রজাতিৰ আৰু ভাওধৰি একগামীৰ আনুগত্য প্রকাশ কৰো৷ এইটো সামান্য এক ইহুদী পৰিয়ালৰ দৰে যি তেওঁলোকৰ আঠ বছৰীয়া পুত্র আৰু ষোল্ল বছৰীয়া কন্যাক এডলফ হিটলাৰ নামৰ এগৰাকী ভাল আচৰণৰ শিশু ৰক্ষকৰ হাতত এৰি থৈ যায় আৰু যেতিয়া ঘুৰি আহে একো ভুলবিচাৰি নোপোৱাৰ আশা কৰে৷ ভেড়াৰ কাপোৰ পিন্ধা এই জন্তুবিধৰ এয়েই প্রকৃতি যাক ভালপোৱা বুলি কোৱা হয়৷

 

মানব জাতি ঠিক মহৰ পোৱালিৰ দৰে, তেওঁলোকৰ মৰমৰ জীৱনটোক হিংস্র সিংহৰ মাজত এৰি দিয়াক কোৱা হয় ক্রমবিকাশ, এহাল ঘড়ীয়ালৰ মাজত ইয়াৰ ঠেংবোৰ মেলি দিয়াক কোৱা হয় ইতিহাস আৰু মূৰত ধর্মই চোবাই থাকে৷ ক্রমবিকাশে নাৰীক সাহসী, শত্তিুশালী আৰু পুৰুষসুলভ জীণ বিচৰাত আগবঢ়াই দিছে, যিটো তাই অৱশেষত চলমান খানৰ ভৰা গালখনত বিচাৰি পাব, যেতিয়া তাই এক সন্তান বিচাৰি এক যোগ্য সংগী বিচাৰিব৷ কিন্তু যেতিয়া সেই শিশুক লালন পালন  আৰু পৰিয়ালক চোৱাচিতাৰ কথা আহে তাই বিনয়ী, মৰমীয়াল আৰু প্রগলভা হৈ পৰে, ঠিক বহুসংগিনীপ্রাণ খানৰ দৰে৷ ক্রমবিকাশৰ নিজৰ যন্ত্রটোক এৰি দিয়ক, মানুহ তেওঁলোকৰ বীজ চাৰিওফালে সিঁচি দিয়াত ব্যস্ত হৈ পৰিব৷ কিন্তু তাৰ পিছতো ধর্মই ইতিহাসৰ লগত মিশ্রিত হবলৈ আহিব আৰু আপুনি ইয়াক জনাৰ আগতে একবিবাহ ভগৱানৰ চুক্তি হৈ পৰিব৷

 

 

বিবাহৰ ধাৰণাটোৱে ভলদৰেই পতিয়ন নিয়াব পাৰে যে আমি পতি আৰু পত্নী হিচাবে একেলগে থাকো, প্রেম আৰু জীৱনত, আজি কালি আৰু চিৰদিনৰ বাবে৷  কিন্তু বিজ্ঞানে প্রকাশ কৰিছে যে আমি যেতিয়া প্রেমত পৰো, মগজুৱে এক নির্দিষ্ট পৰিমানলৈ ছেৰটনিন নিঃসৰণত ভোগে আৰু কোনো কথা নাই কিমান গভীৰ প্রেমত নিমজ্জিত হয়, ছিৰটনিনৰ পৰিমান দুবছৰৰ ভিতৰত স্বাভাৱিক অৱস্থালৈ ঘুৰি আহে৷ আন কথাত, মগজুৱে আমাক এক যোগ্য সংগীৰ লগত প্রেমত পৰাৰ কৌশল আগবঢ়ায় একমাত্র সেই সময়লৈকে যেতিয়ালৈকে জেনেটিক বিষয়বোৰৰ বিনিময় ঘটে আৰু তাৰপিছত সংগীয়ে এক ৰাসায়নিক স্থিতিৰ পৰা পুনৰ বিনিময়ৰ বাবে প্রস্তুত নহয়৷

 

সেয়ে এই সুৰসুৰণি আৰু বিপজ্জনক ধেমালিৰ বাখ্যা কৰিবই লাগিব, কিন্তু আমি কি কৰিব পাৰো যদি আমি ক্রমবিকাশৰ জীৱ বিজ্ঞান আৰু নিঃসৰণৰ ৰসায়নে ধৰি ৰখা ভিত্তিৰ কথা জনা স্বত্ত্বেও একেলগে থাকিব বিচাৰো? মই মোৰ চিষ্টেমত আজি ছিৰটনিনৰ পর্যায়টো নাজানো  কিন্তু মই এইটো জানো যে মোৰ জীৱনত যোৱা ষোল্ল বছৰ ধৰি যিগৰাকী নাৰীৰ লগত আছো, তাৰ ভিতৰত তেৰ বছৰ অংগীকাৰ ৰক্ষা কৰাৰ পিছত এতিয়াও মই যেতিয়া সাৰ পাওঁ সেই নাৰীক মই চাব বিচাৰো আৰু এতিয়াও বিচনালৈ যোৱাৰ সময়ত সেই নাৰীৰ হাত মোৰ বুকুত সাবটি ধৰিব খোজো৷ আকৌ তেওঁ যেতিয়া মোৰ পৰা আঁতৰি থাকে, মই যেতিয়া চকু মুদি দিওঁ মই তেওঁৰ মুখখনেই দেখা পাওঁ আৰু হাঁহো৷ কিন্তু সেইটোৱে নুবুজায় যে মই তেওঁৰ বাহিৰে কাৰো কথা ভাবিব নোৱাৰো৷ মই মিছা কোৱা হব যদিহে মই এইটো অস্বীকাৰ কৰো, আৰু সত্যটো হল আপুনিও একেই৷

আকৌ জীৱনসংগীৰ মাজত প্রেম, আপুনি যদি আপোনাক ইয়াত বিচাৰি পায়, আপুনি জানিব এই কম্পনৰ দ্বাৰা আঘাত বা স্পর্শ কোনো নাই আৰু এই বলিয়ালিক ধৰি ৰখাৰ দিশত এক পদ্ধতি বিদ্যমান৷ আগন্তুক সপ্তাহলৈ ভাৱ বিনিময়লৈ ৰৈ থাকক, কিন্তু তেতিয়ালৈকে ইয়াত এগৰাকী বৃদ্ধ টাইৰ চিন্তাই আপোনাক সংগ দিব ...

 

যৌনতা শীতৰ ৰাতি জ্বলি থকা একুঁৰা জুইৰ দৰে৷ ইয়াক অৱজ্ঞা কৰা আৰু ই জঁই পৰি যাব, আপোনাক শীতার্ত আৰু মৃত কৰি এৰিব৷ ইয়াক বতাহ দিয়া আৰু ই আপোনাৰ ঘৰ জ্বলাই পেলাব৷ কিন্তু ইয়াক লালন কৰা, স্বীকাৰ কৰা, উদ৲যাপন কৰা আৰু ইয়াক নিয়ন্ত্রণ কৰা, আৰু ই আপোনাক উমাল, সুখী আৰু আনন্দ দিব... সম্ভৱতঃ ই আনকি পোহৰো বিলাব...

পৰৱর্তী সপ্তাহলৈ, ডমিনিককে চোবাই থাকক...

 সাহস লোৱা, বন্ধ কৰিবলৈ সাহস, কথা কবলৈ সাহস

এই প্রবন্ধটোৰ যোগ্যতাৰ ক্রম নির্দ্ধাৰণ কৰক:
বেয়া ভাল    
বর্তমান যোগ্যতাৰ ক্রম 0
Previous Story

পূর্বৰ কাহিনী

Next Story

পৰৱর্তী কাহিনী

Post CommentsPost Comments




প্রকাশন সংখ্যা: ছেপ্টেম্বৰ 30, 2012

Photos
মামনি ৰয়চমৰ মৃত্যুৰ পাচত শ্ৰদ্ধাঞ্জল
মামনি ৰয়চমৰ মৃত্যুৰ পাচত শ্ৰদ্ধাঞ্জল
অন্তিম শয়নত মামনি ৰয়চম
অন্তিম শয়নত মামনি ৰয়চম